চীনত কৰ’না আক্ৰান্তৰ সংখ্যা ৬ লাখ ৪০ হাজাৰ! বেইজিঙে লুকাই ৰখাৰ তথ্য ফাদিল!

ৱাশ্বিংটনঃ কৰ’না আক্ৰান্তৰ তথ্য লুকুৱাইছে চীনে! দেশখনে কৰ’না আক্ৰান্তৰ যি সংখ্যা প্ৰকাশ কৰিছে তাতকৈ ৮গুণ অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে দেশখনত! এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ‘ফৰেইন পলিচী’ আলোচনী আৰু ৱাশ্বিংটনৰ এটা স্বেচ্ছাসেৱী সংস্থা ‘১০০ ৰিপ’ৰ্টাৰ্ছ’-এ। তেওঁলোকে প্ৰকাশ কৰা তথ্য অনুসৰি চীনৰ কৰ’না আক্ৰান্তৰ সংখ্যা ৬ লাখ ৪০ হাজাৰ। দেশখনে তেওঁলোকৰ কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৮২ হাজাৰ বুলি তথ্য প্ৰকাশ কৰিছিল যদিও এই তথ্যক নস্যাৎ কৰিছে শেহতীয়া এই দাবীয়ে।

 

Comments

Popular posts from this blog

WEBINARS FOR STUDENTS

Positive Impact of COVID-19 Lockdown on Environment