সকলো বিদ্যালয়তে প্ৰথমৰ পৰা দশমশ্ৰেণীলৈকে বাধ্যতামূলক হ’ল অসমীয়া ভাষা…




ৰাজ্যৰ শিক্ষানুষ্ঠানত ভাষাৰ ব্যৱহাৰক লৈ দেওবাৰে গুৰুত্বপূৰ্ণ ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত স্থাপিত চৰকাৰী, বে-চৰকাৰী সকলো শিক্ষানুষ্ঠানতে অসমীয়া ভাষা বাধ্যতামূলক হ’ব। প্ৰথমমান শ্ৰেণীৰ পৰা দশমমানলৈকে বাধ্যতামূলক হ’ব অসমীয়া ভাষা।
                    ইতিমধ্যে অসম বিধানসভাত পাছ হোৱা এই সম্পৰ্কীয় আইনত অনুমোদন জনাইছে ৰাজ্যপালে। কেন্দ্ৰীয় বিদ্যালয়ৰ লগতে আন ব্যক্তিগতখণ্ডৰ সকলো বিদ্যালয়েই নিয়ম মানি চলিব লাগিব। অৱশ্যে বৰাক উপত্যকাত বঙালী ভাষা আৰু বড়োলেণ্ডত বড়ো ভাষা থাকিব।

Comments

Popular posts from this blog

WEBINARS FOR STUDENTS

Positive Impact of COVID-19 Lockdown on Environment